“আপুনি কেৱল Income বিচাৰিছে…
নে নিজৰ জীৱন সলনি কৰিব বিচাৰে?”
অসমৰ যুৱ সমাজৰ বাবে স্বাস্থ্য সচেতনতা, ডিজিটেল স্কিল, Leadership আৰু Positive Community ৰ এক নতুন যাত্ৰা।
Giasuddin Ahmed
Leadership Mentor & Digital Growth Trainer
“মোৰ পৰিচয়”
মই Giasuddin Ahmed
এজন Leadership Mentor, Team Builder আৰু Digital Growth Trainer।
মোৰ লক্ষ্য হৈছে Assam আৰু Northeast ৰ যুৱ সমাজক Skill, Knowledge আৰু Positive Guidance ৰ মাধ্যমে আগবঢ়াই নিয়াৰ।
আজিৰ যুগত কেৱল Degree থাকিলেই যথেষ্ট নহয়। Communication Skill, Leadership, Digital Knowledge আৰু Positive Environment অত্যন্ত প্রয়োজনীয়। সেই উদ্দেশ্যে “TEAM GIASUDDIN” Community আৰম্ভ কৰা হৈছে।
“কিয় TEAM GIASUDDIN?”
আজিৰ সময়ত বহু মানুহে: Direction নাপায়, Motivation হেৰুৱাই পেলায়, Skill develop কৰিব নোৱাৰে, Social Media সঠিকভাবে ব্যৱহাৰ নাজানে, Positive Environment নাপায়।
এই Platform ত আপুনি পাব—
- Assamese Support System
- Practical Training
- Team Mentorship
- Daily Motivation
- Personal Growth Guidance
- Webinar Learning
- Digital Skill Education
- Leadership Development
“আপুনি ইয়াত কি শিকিব?”
Leadership Development
Team handle কৰা, communication improve কৰা আৰু confidence build কৰা শিকিব।
Social Media Skill
Facebook, Instagram আৰু WhatsApp ক smart ভাবে ব্যৱহাৰ কৰা শিকিব।
Communication Skill
মানুহৰ লগত confidently কথা কোৱা আৰু presentation skill develop কৰা।
Webinar & Presentation
Online presentation আৰু Zoom training professionally handle কৰা।
Personal Branding
নিজৰ identity আৰু positive image create কৰা।
Healthy Lifestyle
সুস্থ জীৱনশৈলী আৰু positive routine develop কৰা।
Team Building System
Strong community আৰু support environment create কৰা।
“আমাৰ লক্ষ্য”
অসম আৰু Northeast ৰ যুৱ সমাজক Skill, Leadership আৰু Positive Guidance ৰ মাধ্যমে আত্মবিশ্বাসী আৰু উন্নত জীৱনৰ পথ দেখুওৱা।
আমি কেৱল Training নিদিওঁ— আমি মানুহক Grow কৰাত সহায় কৰোঁ।
কোনে Join কৰিব পাৰে?
Student
Job Seeker
Business Minded
Housewife
Working Professional
Social Media Learner
Self Development
যদি আপুনি Positive Environment বিচাৰে— তেন্তে এই Community আপোনাৰ বাবে।
“আপুনি কি কি Support পাব?”
“আপুনি অকলশৰীয়া নহয়”
সফলতা কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰে। সঠিক Guidance, Positive Environment আৰু Consistent Learning থাকিলে যিকোনো মানুহ আগবাঢ়িব পাৰে।
TEAM GIASUDDIN ত আমি একেলগে শিকো, Grow কৰো আৰু Lead কৰো।
“আজিয়েই আপোনাৰ নতুন যাত্ৰা আৰম্ভ কৰক”
Positive Community ৰ অংশ হওক, Skill শিকক, Leadership Develop কৰক, নিজৰ জীৱনক নতুন Direction দিয়ক